अर्थ : দাইল হিচাপে খোৱা বীজৰ এবিধ মাহজাতীয় গছ
उदाहरण :
বালি মাটিত ৰহৰ খেতিৰ বাবে উপযোগী
पर्यायवाची : ৰহৰ মাহ, ৰহৰ মাহৰ গছ
अर्थ : এবিধ দাইল হিচাপে খোৱা মাহজাতীয় শস্য
उदाहरण :
এই বছৰ ৰহৰ মাহৰ খেতি ভাল হৈছে
पर्यायवाची : ৰহৰ মাহ