अर्थ : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ
उदाहरण :
মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী
पर्यायवाची : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজমহল, ৰাজহাউলি
अर्थ : ৰাজ্যপাল আদিৰ চৰকাৰী বাসভৱন
उदाहरण :
ৰাজ্যপালক লগ কৰিবৰ কাৰণে মুখ্যমন্ত্রী ৰাজভৱন পালেগৈ