पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰাজ্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰাজ্য   বিশেষ্য

अर्थ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

उदाहरण : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

पर्यायवाची : প্রদেশ

अर्थ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

उदाहरण : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

अर्थ : কোনো প্রদেশত বসবাস কৰা লোক

उदाहरण : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

पर्यायवाची : প্রদেশ, প্রান্ত

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरण : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

पर्यायवाची : দেশ, প্রদেশ, প্রান্তৰ

अर्थ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

उदाहरण : চাৰিওফালে মিছাৰ ৰাজ্য

पर्यायवाची : দেশ, সাম্রাজ্য, স্থলী

अर्थ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

उदाहरण : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

पर्यायवाची : প্রদেশ

चौपाल