पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰাণী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰাণী   বিশেষ্য

अर्थ : ৰজাৰ পত্নী

उदाहरण : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

पर्यायवाची : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী

अर्थ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল

उदाहरण :

पर्यायवाची : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মাদৈ

अर्थ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

उदाहरण : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

पर्यायवाची : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা

चौपाल