पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰামায়ণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰামায়ণ   বিশেষ্য

अर्थ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে

उदाहरण : ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত

पर्यायवाची : বাল্মীকি ৰামায়ণ

अर्थ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত

उदाहरण : এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক

अर्थ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ

उदाहरण : এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে

पर्यायवाची : ৰামচৰিত মানস, ৰামচৰিতমানস

चौपाल