पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰাষ্ট্রীয়কৰণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰাষ্ট্রীয়কৰণ   বিশেষ্য

अर्थ : এখন ৰাষ্ট্রৰ ৰূপত হোৱা বা কৰা কার্য

उदाहरण : স্বাধীনতা লাভ কৰোতেই পাকিস্তানৰ ৰাষ্ট্রীয়কৰণ হʼল কেতিয়াবা কেতিয়াবা কোনো প্রদেশৰ কিছুমান স্বার্থপৰ ্লোকে দ্বাৰা ৰাষ্ট্রীয়কৰণৰ দাবী কৰে

अर्थ : যি কাৰোবাৰ ব্যক্তিগত বা কোনো ব্যক্তি আদিৰ অধিকাৰ আছে তাক সলনি কৰি তাৰ ওপৰত চৰকাৰ বা ৰাষ্ট্রৰ নিয়ন্ত্রণ বা অধিকাৰ স্থাপন কৰা কার্য

उदाहरण : বহুতো ব্যক্তিগত বেংকৰ ৰাষ্ট্রীয়কৰণ কৰা হʼল

चौपाल