अर्थ : ব্রাজিলত চলা মুদ্রা
उदाहरण :
এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?
अर्थ : ছৌদি আৰবত প্রচলিত মুদ্রা
उदाहरण :
জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল
पर्यायवाची : ছৌদি আৰব ৰিয়েল
अर्थ : য়েমেন তথা ইৰাণত চলা মুদ্রা
उदाहरण :
তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে
अर्थ : কম্বোডিয়াত প্রচলিত মুদ্রা
उदाहरण :
এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান
अर्थ : য়েমেনত প্রচলিত মুদ্রা
उदाहरण :
য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক
पर्यायवाची : য়েমেনি ৰিয়েল
अर्थ : ইৰাণত প্রচলিত মুদ্রা
उदाहरण :
এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়
पर्यायवाची : ইৰাণিয়ান ৰিয়েল