पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰুক্ষ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰুক্ষ   বিশেষণ

अर्थ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

उदाहरण : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

पर्यायवाची : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

अर्थ : যʼত প্রেম বা স্নেহ নাথাকে

उदाहरण : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

पर्यायवाची : প্রেমহীন, স্নেহৰহিত

अर्थ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

उदाहरण : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

पर्यायवाची : অসমান, খহটা

अर्थ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

उदाहरण : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

पर्यायवाची : শুকান

चौपाल