पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰূপ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰূপ   বিশেষ্য

अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

उदाहरण : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

पर्यायवाची : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

अर्थ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

उदाहरण : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

पर्यायवाची : আকৃতি, ৰচনা

अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

पर्यायवाची : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

अर्थ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

उदाहरण : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

पर्यायवाची : ৰজত, ৰূপা

अर्थ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

उदाहरण :

पर्यायवाची : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

अर्थ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

उदाहरण : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

अर्थ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

उदाहरण : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

अर्थ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

उदाहरण : তেওঁৰ ্ কান্তি নিৰুপম

पर्यायवाची : কান্তি, সৌন্দর্য

चौपाल