पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰেজিষ্টাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰেজিষ্টাৰ   বিশেষ্য

अर्थ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য

उदाहरण : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে

पर्यायवाची : পঞ্জীকৰণ, পঞ্জীয়ন

अर्थ : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ

उदाहरण : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে

पर्यायवाची : পঞ্জীয়ন বহী

चौपाल