सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সৰু কণা বিশেষ
उदाहरण : মোৰ চকুত বালিৰ কণা সোমাইছে
पर्यायवाची : কণ, কণা, কণিকা
अर्थ : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
उदाहरण : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
पर्यायवाची : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
अर्थ : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
उदाहरण : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
इंस्टॉल करें