सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
उदाहरण : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
पर्यायवाची : অংকন কৰা, অঙ্কন কৰা
अर्थ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
उदाहरण : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
पर्यायवाची : টনা
अर्थ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
उदाहरण : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
पर्यायवाची : চিন লগোৱা, দাগ লগোৱা
इंस्टॉल करें