अर्थ : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
उदाहरण :
অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
पर्यायवाची : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
अर्थ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
उदाहरण :
এই সংস্থাৰ পাঁচটা অংগ আছে
पर्यायवाची : শাখা