सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অংগি-ভংগি কৰা কার্য
उदाहरण : সৰু লʼৰা-ছোৱালীৰ অংগি-ভংগিয়ে মন আকর্ষণ কৰে
पर्यायवाची : অঙ্গিভঙ্গি
अर्थ : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা
उदाहरण : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে
पर्यायवाची : অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সংকেত, সঙ্কেত
इंस्टॉल करें