पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অংশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অংশ   বিশেষ্য

अर्थ : সমষ্টি বা সমূহৰ কোনো অংশ

उदाहरण : ইয়াৰ মাজ ভাগ কিছু শকত

पर्यायवाची : ভাগ

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

पर्यायवाची : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ

अर्थ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

उदाहरण : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

पर्यायवाची : ভাগ

अर्थ : যন্ত্র আদিৰ কোনো অংগ বা অংশ

उदाहरण : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া

पर्यायवाची : পার্ট, যন্ত্রাংশ

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरण : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

पर्यायवाची : দিশ, পক্ষ, বিভাগ

अर्थ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

उदाहरण : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

पर्यायवाची : ভাগ

अर्थ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

उदाहरण : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

पर्यायवाची : দিশ, ফাল

चौपाल