अर्थ : নিজান ঠাইত থকা বা বসবাস কৰোতা
उदाहरण :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
पर्यायवाची : একাকিন
अर्थ : যাৰ লগত কোনো নাই বা নাথাকে
उदाहरण :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
पर्यायवाची : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ