पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অগ্ন্যাশয় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অগ্ন্যাশয়   বিশেষ্য

अर्थ : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ

उदाहरण : অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়

अर्थ : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়

उदाहरण : অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে

पर्यायवाची : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি

चौपाल