सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
उदाहरण : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
पर्यायवाची : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
अर्थ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
उदाहरण : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
पर्यायवाची : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
अर्थ : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়
उदाहरण : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়
पर्यायवाची : অগ্রহণীয়
इंस्टॉल करें