पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অঙ্ক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অঙ্ক   বিশেষ্য

अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

उदाहरण : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

पर्यायवाची : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

अर्थ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

उदाहरण : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

पर्यायवाची : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

अर्थ : শূন্যৰ পৰা নলৈকে সংখ্যা

उदाहरण : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

पर्यायवाची : অংক

अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

उदाहरण : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

पर्यायवाची : অংক, নম্বৰ

अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

उदाहरण : এক কোটি বহুত ডাঙৰ সংখ্যা

पर्यायवाची : অংক, সংখ্যা, ৰাশি

अर्थ : সংখ্যাৰ চিহ্ন

उदाहरण : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

पर्यायवाची : অংক, সংখ্যা

चौपाल