सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
उदाहरण : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
पर्यायवाची : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
अर्थ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
उदाहरण : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
पर्यायवाची : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
अर्थ : শূন্যৰ পৰা নলৈকে সংখ্যা
उदाहरण : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
पर्यायवाची : অংক
अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
उदाहरण : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
पर्यायवाची : অংক, নম্বৰ
अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
उदाहरण : এক কোটি বহুত ডাঙৰ সংখ্যা
पर्यायवाची : অংক, সংখ্যা, ৰাশি
अर्थ : সংখ্যাৰ চিহ্ন
उदाहरण : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
पर्यायवाची : অংক, সংখ্যা
इंस्टॉल करें