पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অচল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অচল   বিশেষণ

अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

उदाहरण : পাহাৰ-পর্বত স্থিৰ

पर्यायवाची : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে

उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল

पर्यायवाची : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ

अर्थ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি

उदाहरण : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে

पर्यायवाची : স্থাৱৰ

चौपाल