सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
उदाहरण : পাহাৰ-পর্বত স্থিৰ
पर्यायवाची : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে
उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল
पर्यायवाची : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
अर्थ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি
उदाहरण : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে
पर्यायवाची : স্থাৱৰ
इंस्टॉल करें