अर्थ : জড় হোৱা অৱস্থা বা ভাব
उदाहरण :
জড় পদার্থত ্জড়তা পোৱা যায়
पर्यायवाची : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
अर्थ : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
उदाहरण :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
पर्यायवाची : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
अर्थ : চেতনা নোহোৱা অৱস্থা বা ভাব
उदाहरण :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
पर्यायवाची : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা