अर्थ : অত্যন্ত সৰু অংশ বা টুকুৰা
उदाहरण :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
पर्यायवाची : অণু-পৰমাণু, কণ, কণা
अर्थ : কোনো তত্ত্ব বা যৌগৰ মৌলিক তথা গঠনাত্মক একক
उदाहरण :
অনুবীক্ষণৰ দ্বাৰাহে অণুক দেখা যায়
पर्यायवाची : মলিক্যুল