पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অতীত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অতীত   বিশেষ্য

अर्थ : পাৰ হৈ যোৱা কাল বা সময়

उदाहरण : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

पर्यायवाची : অতীত কাল, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

অতীত   বিশেষণ

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरण : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

पर्यायवाची : অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

अर्थ : যিটো পাৰ হৈ গৈছে

उदाहरण : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

पर्यायवाची : গত, পুৰণি, ভূত

चौपाल