अर्थ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
उदाहरण :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
पर्यायवाची : অদলী-বদলী, আদান-প্রদান, বিনিময়, ৰদ-বদল
अर्थ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
उदाहरण :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
पर्यायवाची : ৰদ-বদল