सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
उदाहरण : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
पर्यायवाची : অনুক্ৰম, অনুলোম
अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
उदाहरण : বেয়া গুণে মানুহৰ পতন ঘটায়
पर्यायवाची : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
अर्थ : কোনো বস্তু পেলাই দিয়া কার্য
उदाहरण : কোনে এই ফলবোৰ পেলালে ?
पर्यायवाची : পেলোৱা
अर्थ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
उदाहरण : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
पर्यायवाची : অধঃপাত, অৱনতি, পতন, স্খলন
इंस्टॉल करें