सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरण : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
पर्यायवाची : অধোগত, অৱনত, অৱনমিত, পতিত
अर्थ : যি অৱনতিৰ পিনে অগ্রসৰ হৈছে
उदाहरण : নিজৰ ভুল ক্রিয়া-কলাপৰ কাৰণে তেওঁ অধঃপতিত হৈছে
पर्यायवाची : পতনশীল, পতনোন্মুখ
इंस्टॉल करें