पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অধিকাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অধিকাৰী   বিশেষ্য

अर्थ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে

उदाहरण : ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

अर्थ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি

उदाहरण : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে

पर्यायवाची : দাবীদাৰ

अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

उदाहरण : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

पर्यायवाची : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

অধিকাৰী   বিশেষণ

अर्थ : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে

उदाहरण : আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী

पर्यायवाची : হকদাৰ

चौपाल