पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অধিনিয়ম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অধিনিয়ম   বিশেষ্য

अर्थ : সংসদৰ আদিৰ জৰিয়তে বনোৱা নিয়ম

उदाहरण : চৰকাৰে নিজৰ সুবিধানুসৰি অধিনিয়মবোৰ ৰদবদল কৰিব পাৰে

अर्थ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

उदाहरण : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

पर्यायवाची : আইন, আইন-কানুন, কানুন, বিধান, বিধি

चौपाल