सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ঠাইত থকা বা বসতি কৰা লোক
उदाहरण : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
पर्यायवाची : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
अर्थ : ইউৰোপৰ এখন দেশ
उदाहरण : হিটলাৰ জার্মানীৰ অধিবাসী আছিল
अर्थ : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি
उदाहरण : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল
अर्थ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
उदाहरण : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
पर्यायवाची : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
इंस्टॉल करें