अर्थ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
उदाहरण :
সেনাই দুর্গটোক অধীন কৰিলে
पर्यायवाची : অধিকাৰলৈ অনা, কাবু কৰা
अर्थ : কাৰোবাক নিজৰ বশলৈ অনা
उदाहरण :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
पर्यायवाची : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
अर्थ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
उदाहरण :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
पर्यायवाची : অর্পণ ্কৰা