सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি বহুত উৎকণ্ঠিত
उदाहरण : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
पर्यायवाची : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
अर्थ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
उदाहरण : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
पर्यायवाची : অস্থিৰ, চঞ্চল
अर्थ : কোনো কাম আদিত খৰধৰ লগোৱা
उदाहरण : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
पर्यायवाची : অধীৰ, ব্যগ্র
इंस्टॉल करें