सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
उदाहरण : বেয়া গুণে মানুহৰ পতন ঘটায়
पर्यायवाची : অধঃপতন, অধঃপাত, অৱনতি, চ্যুতি, পতন
अर्थ : ওপৰৰ পৰা তললৈ অহা কার্য
उदाहरण : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
पर्यायवाची : অধোগতি, অৱতৰণ, অৱৰোহণ, নমা-, নমোৱা-
इंस्टॉल करें