सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
उदाहरण : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
पर्यायवाची : খণ্ড, পর্ব
अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
उदाहरण :
पर्यायवाची : অংক, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ
इंस्टॉल करें