सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरण : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
पर्यायवाची : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
अर्थ : যাৰ অনুমতি দিয়া হোৱা নাই
उदाहरण : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
पर्यायवाची : অসমর্থিত, অস্বীকৃত
अर्थ : যিটো অনুমোদন কৰা হোৱা নাই
उदाहरण : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
पर्यायवाची : অগৃহীত, অস্বীকৃত
इंस्टॉल करें