अर्थ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
उदाहरण :
কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
पर्यायवाची : অকাম্য, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-, নিস্পৃহ