सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাৰণ নথকাকৈ
उदाहरण : তেওঁ ্অবাবতে ইয়ালৈ আহিল
पर्यायवाची : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
अर्थ : যাৰ কোনো অর্থ ্নাথাকে
उदाहरण : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
पर्यायवाची : অর্থহীন, নি্ৰর্থক
अर्थ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
उदाहरण : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
पर्यायवाची : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
इंस्टॉल करें