सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি পাপ কৰে বা পাপ কৰোতা
उदाहरण : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
पर्यायवाची : অধম, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
अर्थ : যি অত্যাচাৰ কৰে
उदाहरण : কংস এজন অত্যাচাৰী শাসক আছিল
पर्यायवाची : অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ
इंस्टॉल करें