अर्थ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
उदाहरण :
ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
अर्थ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
उदाहरण :
অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
पर्यायवाची : নাথহীন
अर्थ : যাৰ কোনো মালিক নাই
उदाहरण :
ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
अर्थ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
उदाहरण :
শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে