अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা
उदाहरण :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
पर्यायवाची : অনাচ্ছাদিত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
अर्थ : যাৰ সন্মুখত কোনো পর্দা নাই
उदाहरण :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
पर्यायवाची : আৱৰণহীন, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন