अर्थ : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
उदाहरण :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
पर्यायवाची : ক্রম
अर्थ : ক্রম অনুসাৰে হোৱা অৱস্থা
उदाहरण :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
पर्यायवाची : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী