सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरण : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
पर्यायवाची : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
अर्थ : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
उदाहरण : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
पर्यायवाची : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
अर्थ : যিটো উচিত বা যুগুত নহয়
उदाहरण : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
पर्यायवाची : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
इंस्टॉल करें