पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অনুসন্ধান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অনুসন্ধান   বিশেষ্য

अर्थ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

उदाहरण : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

पर्यायवाची : তালাচী, বিচাৰ

अर्थ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

उदाहरण : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

पर्यायवाची : অন্বেষণ, এষণা, গৱেষণা

अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

उदाहरण : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

पर्यायवाची : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

अर्थ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

उदाहरण : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

पर्यायवाची : বিচাৰ, সম্পৰীক্ষা

अर्थ : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

उदाहरण : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে

चौपाल