पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অনুসৰণ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অনুসৰণ কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ পিছত যোৱা কার্য

उदाहरण : লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে

पर्यायवाची : অনুগমন কৰা, পিছত যোৱা

अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

उदाहरण : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

पर्यायवाची : অনুকৰণ কৰা, নকল কৰা

चौपाल