अर्थ : কাম-বনত উৎসাহ নেদেখুওৱাজন
उदाहरण :
কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
अर्थ : যʼত উৎসাহ বা স্ফূর্তি নাই
उदाहरण :
স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
पर्यायवाची : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন