पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অনুৰাগ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অনুৰাগ   বিশেষ্য

अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

उदाहरण : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

पर्यायवाची : আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

अर्थ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

उदाहरण : প্রেম নিস্বার্থ ্ হʼব লাগে

पर्यायवाची : আসক্তি, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত

अर्थ : আসক্ত হোৱা ক্রিয়া বা ভাব

उदाहरण : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

पर्यायवाची : আসক্তি, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

अर्थ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

उदाहरण : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

पर्यायवाची : প্রণয়, প্রীতি, প্রেম, ভালপোৱা

चौपाल