पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অন্তর্দাহ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অন্তর্দাহ   বিশেষ্য

अर्थ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট

उदाहरण : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে

पर्यायवाची : অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা

अर्थ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

उदाहरण : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

पर्यायवाची : অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ

चौपाल