अर्थ : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
उदाहरण :
কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
पर्यायवाची : অন্তর্নিবিষ্ট, নিহিত, মজ্জাগত
अर्थ : যাক সম্পূর্ণৰূপে সমাহিত বা নিজৰ ্অন্তর্গত কৰি লোৱা হʼল
उदाहरण :
তেওঁ ঈশ্বৰক অন্তর্নিহিত কৰি লʼলে