पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से অন্ধকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

অন্ধকাৰ   বিশেষ্য

अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব

उदाहरण : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

पर्यायवाची : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা

अर्थ : পোহৰ নাই বা পোহৰৰ অভাৱ

उदाहरण : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল

पर्यायवाची : আন্ধাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ

অন্ধকাৰ   বিশেষণ

अर्थ : আন্ধাৰেৰে ভৰা

उदाहरण : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল

पर्यायवाची : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত

चौपाल