सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এটাক এৰি দি কোনোবা এটা
उदाहरण : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
पर्यायवाची : অইন, অন্যান্য, আন, পৰ, বেলেগ
अर्थ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
उदाहरण : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
पर्यायवाची : অন্যৰ, আন, আনৰ, পৰ, পৰৰ, লোকৰ
अर्थ : দ্বিতীয় কোনো
उदाहरण : মোৰ লগত আন মানুহো আছে
पर्यायवाची : অইন, আন, আৰু, বেলেগ
इंस्टॉल करें