अर्थ : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
उदाहरण :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
पर्यायवाची : উনমনা
अर्थ : যি সাৱধান নহয়
उदाहरण :
অসাৱধান লোক বিপদত পৰে
पर्यायवाची : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ